আমি সকলোবোৰ তথ্য় আৰু সহায় একেলগে আগবঢ়াবলৈ চেষ্টা কৰিছো যাতে আপোনালোকে এইসমূহ অনায়াসে বিচাৰি উলিয়াবলৈ সক্ষম হয়।
ই এক নথি পত্ৰৰ ভঁৰাল যত কোনো এতা সংগঠনৰ যিকোনো নথি-পত্ৰ খুব কম সময়ৰ ভিতৰতে বিচাৰি উলিয়াই সঠিক ঠাইত স্থাপন কৰিব পৰা যায়.
আপুনি আমাৰ মন্ত্ৰী, গুৰুত্ত্বপূৰ্ণ বিষয়ে, আমাৰ লক্ষ্য আৰু উদ্দেশ্য, কামকাজ আৰু আমাৰ বিভাগটোৰ বিষয়ে বিশদ ভাৱে জানিবলৈ তথ্য ইয়াত উপলব্ধ হয়।
মুদ্ৰণ আৰু লেখন সামগ্ৰীৰ সঞ্চালকালয় অসম ৰজপত্ৰৰ মুদ্ৰণ আৰু প্ৰকাশনৰ কাৰণে দায়ী। অসম ৰাজপত্ৰ প্ৰত্যেক সপ্তাহৰ বুধবাৰৰ দিনা প্ৰকাশ হয়।