মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়

ৱেবছাইটৰ তথ্য পৰিচালক

এই ৱেবছাইটটোত থকা বিষয়বস্তু আমি পাইছো সমগ্ৰ সঞ্চালকালয়ৰ সহযোগিতা বিশেষকৈ সঞ্চালকালয়ৰ বিষয়বস্তু প্ৰৱন্ধকৰ পদবীত অধিসষ্ঠিত ব্যক্তিগৰাকীৰ প্ৰচেষ্টাৰ ফলস্বৰূপে। বিষয়বস্তু দায়িত্ব মেট্ৰিক্সৰ অনুসাৰে বিষয়বস্তু প্ৰৱন্ধকৰ পদবীধাৰীয়ে সঞ্চালকালয়ৰ অধিসূচী অনুযায়ী বিষয়বস্তু প্ৰস্তুত কৰে। আমাৰ মুখ্য উদ্দেশ্য হৈছে মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়ৰ বিশ্বাসযোগ্য, ব্যাপক, সঠিক তথ্য আৰু সেৱা যোগান ধৰা বা প্ৰদান কৰা।

আমাৰ প্ৰচেষ্টা নিয়মিত ৰূপত বিষয়বস্তু কভাৰেজ, ডিজাইন, আৰু প্ৰযুক্তিৰে যাতে ৱেবছাইটটো ব্যাপক আৰু সমৃদ্ধ কৰি ৰাখিব পাৰো। কিবা আসোঁৱহ থাকিলে অনুগ্ৰহ কৰি আমাক জনাব। তলত আমাৰ ঠিকনা দিয়া হল-

হেমন্ত কুমাৰ চৌধুৰী
উপ সঞ্চালক
মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়, অসম
বামুনীমৈদাম,গুৱাহাটী-২১
ফোনঃ ৯১-৯৪৩৫১ ০০২৬৭
ই-মেইলঃ hemanta.choudhury@gov.in

Photo