মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়

অসম ৰাজপত্ৰৰ প্ৰকাশ

১৮৭৪ বৰ্ষত প্ৰথম চৰকাৰী অসম ৰাজপত্ৰ প্ৰকাশ হৈছিল। চেৰাপুঞ্জীৰ খ্ৰীষ্টান মিছনেৰীৰ ছপাশালত ৰাজপত্ৰৰ প্ৰথমৰ পৰা নৱম সংখ্যালৈ প্ৰকাশ হৈছিল। অসম ৰাজপত্ৰৰ দশম সংখ্যক ১৮৭৪ বৰ্ষৰ ২৩ মেত শ্বিলঙৰ অসম সচিবালয় ছপাশালত মুদ্ৰিত কৰা হৈছিল।

মুদ্ৰণ আৰু লেখন সামগ্ৰীৰ সঞ্চালকালয় অসম ৰজপত্ৰৰ মুদ্ৰণ আৰু প্ৰকাশনৰ কাৰণে দায়বদ্ধ। অসম ৰাজপত্ৰ প্ৰত্যেক সপ্তাহৰ বুধবাৰৰ দিনা প্ৰকাশ হয়।

ৰাজপত্ৰ প্ৰকাশন

১. প্ৰত্যেক বুধবাৰে সাপ্তাহিক মুখ্য ৰাজপত্ৰ(খণ্ড-১, খণ্ড-২ ক, খণ্ড-২ খ, খণ্ড-৯, এ.ডি.চি., অধীক্ষক আদি)

২. বিশিষ্ট ৰাজপত্ৰ(জৰুৰী, অৰ্ধ জৰুৰী, অতি জৰুৰী)

৩. বিশিষ্ট ৰাজপত্ৰ(আৰ.এল.এ.)

Downloads
TitleSizeDetail
Publication1.29 MBswf-image
The Assam Gazette8.94 MBswf-image
GST Act14.08 MBswf-image